অসম

assam

ETV Bharat / state

চলন্ত গাড়ীত জ্বলন্ত অগ্নিপিণ্ড লৈ কোন এওঁ ?

জ্বলন্ত বাহনখনৰ ভিতৰতে আবদ্ধ হৈ পৰে বাহনখনৰ চালকজন ৷ কিন্তু তাৰ পিচত চালকজনে কি কৰিলে চাওক ৷

By

Published : Dec 24, 2019, 1:47 PM IST

টাটা মোবাইলত অগ্নিকাণ্ড
টাটা মোবাইলত অগ্নিকাণ্ড

বঙাইগাঁও, 24 ডিচেম্বৰ:বঙাইগাঁৱত মঙলবাৰে সংঘটিত হয় এটা ভয়াৱহ অগ্নিকাণ্ড ৷ বিদ্যুতৰ তাঁৰত লাগি দপদপকৈ জ্বলি উঠে এখন খেৰ ভৰ্তি চাৰিচকীয়া বাহন ৷

বঙাইগাঁও

জ্বলন্ত বাহনখনৰ ভিতৰতে বাহনখনৰ চালকজন আবদ্ধ হৈ পৰে যদিও অন্য এজন লোকে চালকজনক বাহনখনৰ পৰা উলিয়াই খোদ চালকৰ আসন লয় ৷ অৰ্ধজ্বলন্ত বাহনখনক জুইৰ পৰা বচাবলৈ হীৰেন ৰায় নামৰ লোকজনে যৎপৰোনাস্তি চেষ্টা চলাই যদিও জুয়ে গাড়ীখন আগুৰি ধৰে ৷ এই সন্দৰ্ভত চাওক এক প্ৰতিবেদন...

জ্বলন্ত বাহন

লগতে পঢ়ক: সোৱণশিৰিৰ পাৰত সেউজ বিপ্লৱ

ABOUT THE AUTHOR

...view details