অসম

assam

ETV Bharat / state

বিশ্বনাথত শিক্ষকৰ বিৰুদ্ধে সাংবাদিক আক্ৰমণৰ অভিযোগ

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত বিশ্বনাথৰ বাঘমাৰীত অৱস্থিত বাপুজী বিদ্যালয়খনে পুতৌজনক ফলাফলত ক্ষোভিত হৈছিল স্থানীয় ৰাইজ তথা অভিভাৱক ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি সংবাদ মাধ্যমে পৰীক্ষাৰ ফলাফল প্ৰচাৰ কৰিছিল ৷ কিন্তু তাতে খৰ্গহস্ত হৈ পৰিল বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী তথা একাংশ শিক্ষক ।

বিশ্বনাথত সাংবাদিকক আক্ৰমণ শিক্ষকৰ

By

Published : May 18, 2019, 11:11 PM IST

বিশ্বনাথ, 18 মে': বিশ্বনাথত সাংবাদিকক ভাবুকি শিক্ষকৰ ৷ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক এগৰাকী শিক্ষকে ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে ৷ উল্লেখ্য যে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত বিশ্বনাথৰ বাঘমাৰীত অৱস্থিত বাপুজী বিদ্যালয়খনে পুতৌজনক ফলাফলত ক্ষোভিত হৈছিল স্থানীয় ৰাইজ তথা অভিভাৱক ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি সংবাদ মাধ্যমে পৰীক্ষাৰ ফলাফল প্ৰচাৰ কৰিছিল ৷ কিন্তু তাতে খৰ্গহস্ত হৈ পৰিল বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী তথা একাংশ শিক্ষক ।

বিশ্বনাথত সাংবাদিকক আক্ৰমণ শিক্ষকৰ

মুক্ত জ্যেতি নামৰ শিক্ষকজনৰ বিৰুদ্ধে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা একাংশ সাংবাদিক দুৰ্ব্যৱহাৰ কৰা লগতে আক্ৰমণ কৰা অভিযোগ উত্থাপিত হৈছে ৷ অভিযোগ সন্দৰ্ভত শিক্ষকজনৰ লগত যোগাযোগ কৰিবলৈ বিচৰা হৈছিল যদিও সংবাদ মাধ্যমৰ পৰা বিৰত থাকে । আনহাতে, অভিযুক্ত শিক্ষকজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ দাবী জনাইছে বিভিন্ন সাংবাদিক সংগঠনে ৷

ABOUT THE AUTHOR

...view details