বিশ্বনাথ ,3 এপ্ৰিল : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীৰ দল এটা প্ৰৱেশ কৰাৰসন্দেহ প্ৰকাশ কৰিছে বন বিভাগে । বিশ্বনাথ বন্যপানী সংমণ্ডলৰ অধীনৰ লখৰা চাপৰি হৈ চোৰাং চিকাৰীৰ দলটোৱে প্ৰৱেশ কৰাৰ সন্দেহ কৰিছে বন বিভাগে।
কাজিৰঙাত প্ৰৱেশ কৰিছে দুৰ্ধৰ্ষ চোৰাং চিকাৰীৰ দলে - কাজিৰঙাত
বিশ্বনাথ বন্যপানী সংমণ্ডলৰ অধীনৰ লখৰা চাপৰি হৈ চোৰাং চিকাৰীৰ দলটোৱে প্ৰৱেশ কৰাৰ সন্দেহ কৰিছে বন বিভাগে। চোৰাং চিকাৰীয়ে ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰাৰ আগ মূহুৰ্তত যি পূজা পাতল কৰি প্ৰবেশ কৰে তাৰ কিছু পূজা সা-সামগ্ৰীৰ উদ্ধাৰ হৈছে । চোৰাং চিকাৰীৰ প্ৰৱেশৰ তথ্য লাভ কৰাৰ পাচতে তৎপৰ হৈ পৰিছে বন বিভাগ ।
kaziranga breaking
চোৰাং চিকাৰীয়ে ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশকৰাৰ আগ মূহুৰ্তত যি পূজা পাতল কৰি প্ৰবেশ কৰে তাৰ কিছু পূজা সা-সামগ্ৰীৰ উদ্ধাৰ হৈছে । চোৰাং চিকাৰীৰ প্ৰৱেশৰ তথ্য লাভ কৰাৰ পাচতে তৎপৰ হৈ পৰিছে বন বিভাগ । বন বিভাগে চোৰাং চিকাৰীৰ দলটোক আটক কৰিবলৈ বিভিন্ন কৌশল ৰচনা কৰা লগতে এখন ড্ৰোনব্যৱহাৰ কৰিছে বুলি জানিবপৰা গৈছে ।
Last Updated : Apr 3, 2019, 12:04 PM IST