অসম

assam

ETV Bharat / state

বিহালীত কেবিনেত মন্ত্ৰী ৰণজিৎ দত্তৰ ভোটদান

চিলাহৰণ প্ৰাথমিক বিদ্যালয়ৰ 103 নং ভোট কেন্দ্ৰত বিহালী সমষ্টিৰ বিধায়কজনে সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ ৷

By

Published : Apr 11, 2019, 11:28 AM IST

বিহালীত কেবিনেত মন্ত্ৰী ৰণজিৎ দত্তৰ ভোটদান

বিশ্বনাথ , 11 এপ্ৰিল : সমগ্ৰ ৰাজ্যৰ লগতে 9 নং তেজপুৰ লোকসভা সমষ্টিতো পুৱা 7 বজাৰ পৰা আৰম্ভ হ'ল 2019 লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া ৷ প্ৰখৰ ৰ'দকো নেওচি ভোটাৰ সকলক ভোট কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ অহা পৰিলক্ষিত হ'ল ৷ বিহালী সমষ্টিৰ বিধায়ক তথা কেবিনেত মন্ত্ৰী ৰণজিৎ দত্তয়েও পুৱাই চিলাহৰণ প্ৰাথমিক বিদ্যালয়ৰ 103 নং ভোট কেন্দ্ৰত ভোটদান কৰে ৷

বিহালীত কেবিনেত মন্ত্ৰী ৰণজিৎ দত্তৰ ভোটদান

ABOUT THE AUTHOR

...view details