অসম

assam

ETV Bharat / state

বিহালীত অবৈধ অৰুণাচলী সুৰা জব্দ

বিহালী আৰক্ষী থানাৰ নেতৃত্বত অবৈদ সুৰাৰ লগতে মদৰ ঘাটি উচ্ছেদ ৷

By

Published : Jun 17, 2019, 4:27 PM IST

বিহালীত অবৈধ অৰুণাচলী সুৰা জব্দ

বিহালী,17 জুনঃ বিহালী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপেন শইকীয়া নেতৃত্বত যোৱা এটি আৰক্ষী দলে সোমবাৰে দিনৰ প্ৰায় 11 মান বজাত বিহালী ভিমডঙাত টেলেঙনীয়া গাঁৱত অভিযান চলাই চাৰি কাৰ্টন অবৈধ অৰুণাচলী সুৰা জব্দ কৰা লগতে অভিযান চলায় মদৰ ঘাটি ভাঙি নষ্ট কৰা লগতে 100 লিটাৰ অধিক চুলাই নষ্ট কৰে ।

ABOUT THE AUTHOR

...view details