বৰপেটা,১৯ জানুৱাৰী: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বৰপেটাতো বৃদ্ধি পাইছেনিচাযুক্ত সামগ্ৰী আৰু ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷ ব্ৰাউন চুগাৰ,গাঞ্জা আদিৰ সমান্তৰালভাৱে বৃদ্ধি পাইছে নিচাযুক্ত টেবলেট আৰু কফ চিৰাপৰ ব্যৱসায় ৷ মঙলবাৰে নিচাযুক্ত কফ চিৰাপৰ ব্যৱসায়ৰ বিৰুদ্ধে কেওটকুছিত অভিযান চলাই বৰপেটা আৰক্ষীয়ে ৷ অভিযানত আৰক্ষীয়ে554 টা নিচাযুক্ত কফ চিৰাপৰ বটলসহ দুই ব্যৱসায়ী আটক কৰে ৷
নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে বৰপেটা আৰক্ষীৰ অভিযানঃ আটক দুই ব্যৱসায়ী
বৰপেটাত বৃদ্ধি পাইছে নিচাযুক্ত সামগ্ৰী আৰু ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷ মঙলবাৰে নিচাযুক্ত কফ চিৰাপৰ ব্যৱসায়ৰ বিৰুদ্ধে কেওটকুছিত অভিযান চলাই বৰপেটা আৰক্ষীয়ে ৷ অভিযানত আৰক্ষীয়ে 554 টা কফ চিৰাপৰ বটলসহ দুই ব্যৱসায়ী আটক কৰে ৷
![নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে বৰপেটা আৰক্ষীৰ অভিযানঃ আটক দুই ব্যৱসায়ী two-person-arrested-with-cough-syrup-at-barpeta](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10296824-thumbnail-3x2-pic.jpg)
নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে বৰপেটা আৰক্ষীৰ অভিযানঃআটক দুই ব্যৱসায়ী
নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে বৰপেটা আৰক্ষীৰ অভিযানঃআটক দুই ব্যৱসায়ী
ধৃত দুই ব্যৱসায়ী কেওটকুছিৰ পুথিমাৰী গাঁৱৰ মইনুল হক আৰু বাবুল আলি বুলি জানিব পৰা গৈছে ৷ আনহাতে,বৰপেটাত বৃদ্ধি পোৱা নিচাযুক্ত সামগ্ৰী আৰু ড্ৰাগছৰ ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অনাগত দিনতো অব্যাহত থাকিব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে বৰপেটা আৰক্ষীয়ে ৷
লগতে পঢ়কঃকৰিমগঞ্জত ড্ৰাগছ সৰবৰাহত জড়িত আছে কাৰাগাৰৰ সুৰক্ষা কৰ্মী