অসম

assam

পাঠশালাৰ তিলকৰ কৰুণ কাহিনী...

By

Published : Aug 22, 2019, 10:11 AM IST

কোনো লোকে যদি এই দুৰ্ভগীয়া পৰিয়ালটোক সহায় কৰিব বিচাৰে তেনেহলে SBIৰ Ac No-37094503488 IFSC Code - SBIN0009577ত আৰ্থিক সাহায্য প্ৰদান কৰিব পাৰে অথবা 9707058143 আৰু 8721864376 ফোন নম্বৰ যোগে যোগাযোগ কৰিব পাৰে ৷

পাঠশালাৰ তিলকৰ কৰুণ কাহিনী!

পাটাছাৰকুছি, 22 আগষ্টঃ পাঠশালাৰ সমীপৰ দক্ষিণ প্ৰান্তৰ হাঠিনাপুৰ শালদহ গাঁৱৰ তিলক দাস নামৰ এজন যুৱকৰ কৰুণ কাহিনী ৷ মাত্ৰ এবছৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হোৱা তিলকে এতিয়া জি এম চি এইচৰ বিচনাত জীৱন মৃত্যুৰে যুঁজিছে ৷ তিলকৰ দুয়োটা বৃক্ক নষ্ট হোৱাত এতিয়া তিলকৰ পৰিয়ালটোৰ পানীত হাঁহ নচৰা অৱস্থাৰ সন্মুখীন হৈছে ৷

পাঠশালাৰ তিলকৰ কৰুণ কাহিনী!

চিকিৎসাৰ নামত সকলো সা-সম্পত্তি বিক্ৰী কৰি সৰ্বশ্ৰান্ত পৰিয়ালটো৷ তাতোকৈ দুখ জনক কথা যে যুৱক জনৰ নৱ-বিবাহিতা পত্নী চাৰি মাহৰ সন্তান সম্ভৱা৷ স্বাভাৱিকতে নিৰ্জু প্ৰকৃতিৰ যুৱকজনৰ এনে দুখৰ সময়ত গাঁওবাসীও ভাগি পৰিছে৷ গাঁৱবাসীয়ে যুৱকজনক সুস্থ কৰি তুলাৰ বাবে গাঁৱৰ উপৰিও পাঠশালাৰ বিভিন্ন প্ৰান্তত অৰ্থ সংগ্ৰহ কৰাৰ লগতে চৰকাৰৰ পৰা সহায়ৰ বাবে আহ্বান জনাইছে৷ কোনো সদাশয় ব্যক্তিয়ে যদি এই দুৰ্ভগীয়া পৰিয়ালটোৰ সহায় কৰিব বিচাৰে তেনেহলে SBIৰ Ac No.- 37094503488 Ifsc code - SBIN0009577ত আৰ্থিক সাহায্য প্ৰদান কৰিব পাৰে অথবা 9707058143 আৰু 8721864376 ফোন নম্বৰ যোগে যোগাযোগ কৰিব পাৰে ৷

পাঠশালাৰ তিলকৰ কৰুণ কাহিনী!

ABOUT THE AUTHOR

...view details