বজালীৰ বন্যাৰ্তৰ মাজত উপস্থিত হৈ কি কলে মন্ত্ৰী হিমন্তই? - কুৰিশ্বু
বানাক্ৰান্তৰ খবৰ ল'বলৈ বজালীত উপস্থিত মন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মা ৷ বান সমস্যা তথা কুৰিশ্বু বান্ধৰ ওপৰত মন্তব্য প্ৰকাশ মন্ত্ৰীজনৰ
বানাক্ৰান্তৰ মাজত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
পাঠশালা, ২৮ জুলাইঃ
- বানাক্ৰান্তৰ খবৰ ল'বলৈ বজালীত উপস্থিত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
- বান সমস্যা তথা কুৰিশ্বু বান্ধৰ ওপৰত মন্তব্য মন্ত্ৰীজনৰ
- শীঘ্ৰেই অসমৰ জৰাজীৰ্ণ বাট পথ আৰু মথাউৰি পুনৰ নিৰ্মাণ কৰিব বুলি ঘোষণা
- ৰাষ্ট্ৰীয় ঘাই পথৰ নিৰ্মাণ আৰু উন্নীত কৰাৰ বাবে টোল গেটৰ প্ৰয়োজন আছে বুলি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ দ্বাৰা দাবী উত্থাপনৰ কথা সদৰি কৰে মন্ত্ৰী গৰাকীয়ে
- শীঘ্ৰে উন্নীত কৰা হব পাঠশালাৰ চৰকাৰী স্বাস্থ্য কেন্দ্ৰ
- ভূটানৰ কুৰিশ্বু বান্ধ এটা প্ৰাকৃতিক সমস্যা
- ভাৰত চৰকাৰে কুৰিশ্বু বান্ধ নিৰ্মাণত ব্যয় কৰা বিভিন্ন অভিযোগৰ প্ৰত্যুত্তৰ
- ভাৰত চৰকাৰে ব্যয় নকৰিলে চীনে ব্যয় কৰিৱ কুৰিশ্বু বান্ধত