ৰাজ্যজুৰি বানাক্ৰান্তৰ হাহাকাৰ,সমাধান কেতিয়া ?
খবৰ লবলৈ আহৰি নাই প্ৰশাসন কিম্বা জন-প্ৰতিনিধিৰ ৷
ৰাজ্যজুৰি বানাক্ৰান্তৰ হাহাকাৰ,সমাধান কেতিয়া ?
ৰাজ্যজুৰি অব্যাহত থকা প্ৰলয়ংকাৰী বানৰ তাণ্ডৱে চাৰিওফালে সৃষ্টি কৰিছে হাহাকাৰ । ৰাজ্যৰ আটাইকেইখন জিলাকে চুই যোৱা এই বানে চকুৰ সন্মুখতে সকলোৰে জীৱনলৈ কঢ়িয়াই আনিছে বিভীষিকাৰ । ই টি ভি ভাৰত, অসমৰ এক প্ৰতিবেদন..