অসম

assam

ETV Bharat / state

বৰপেটাত এনকেফেলাইটিছ ৰোগৰ আতংক

বৰপেটাৰ মুছলপুৰত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছে এটি ৯ বছৰীয়া শিশু

By

Published : Jul 12, 2019, 8:46 PM IST

বৰপেটাত এনকেফেলাইটিছৰ আতংক

বৰপেটা,12 জুলাইঃ ৰাজ্যত বানৰ সমান্তৰালভাৱে আহিছে এনকেফেলাইটিছ ৰোগৰ আতংক ৷ ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ কেবাজনো লোকৰ মৃত্যু হোৱাৰ পিচতে এইবাৰ বৰপেটাৰ মুছলপুৰত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছে এটি ৯ বছৰীয়া শিশু ৷ আক্ৰান্ত হোৱা শিশুটি মুছলপুৰৰ নিকটৱৰ্তী গাৰামদেউ গাঁৱৰ লোহিত ভৰালীৰ পুত্ৰ সত্যজিৎ ভৰালী বুলি জানিব পৰা গৈছে ৷ সম্প্ৰতি শিশুটিক মুছলপুৰ ৰবি বড়ো অসামৰিক চিকিৎসালয়ৰ পৰা উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে ৷

বৰপেটাত এনকেফেলাইটিছৰ আতংক

ABOUT THE AUTHOR

...view details