জনীয়া, 24 আগষ্ট: আমছুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে সোমবাৰে কলগাছিয়াত জিলা সমিতিৰ অন্তৰ্গত বৰভিঠা আঞ্চলিক আমছুৰ এটি সঁজাতি দলৰ ডাকযোগে মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ ৷ অসমৰ বানপানী আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দি এই সমস্যাৰ স্থায়ী সমাধান বিচাৰি আৰু বানপানী-গৰাখহনীয়াত আক্ৰান্ত হোৱা পৰিয়ালসমূহক অনতি পলমে পুনৰ সংস্থাপনৰ দাবীত প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰে আমছুৱে ৷
বানপানী আৰু গৰাখহনীয়াৰ সমাধান বিচাৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ আমছুৰ - বানপানী আৰু গৰাখহনীয়াৰ সমাধান
সোমবাৰে কলগাছিয়াৰ বৰভিঠা আঞ্চলিক আমছুৰ এটি সঁজাতি দলে ডাকযোগে প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰে ৷ অসমৰ বানপানী আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দি এই সমস্যাৰ স্থায়ী সমাধান বিচাৰি পত্ৰ প্ৰেৰণ কৰে সংগঠনটোৱে ৷
প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ আমছুৰ
এই কাৰ্যত আগভাগ লয় আমছুৰ কলগাছিয়া জিলা সমিতিৰ সাধাৰণ সম্পাদক শ্বাহজাহান আলী, সাংস্কৃতিক সম্পাদক আনিছুৰ ৰহমান আৰু আমছুৰ সদস্যসকলে ৷
লগতে পঢ়ক:ভূমিস্খলনৰ সম্ভাৱনাপূৰ্ৱ অঞ্চল চিনাক্তকৰণৰ গৱেষণা সম্পন্ন GSIৰ