অসম

assam

ETV Bharat / state

কলগাছিয়াত আৰক্ষীয়ে উচ্ছেদ কৰিলে অবৈধ কাঠফলা মিল - কাঠফলা মিল

দীৰ্ঘদিন ধৰি কলগাছিয়াৰ বিভিন্ন অঞ্চলত অবৈধভাৱে চোৰাং কাঠৰ সৰবৰাহ কৰি আহিছিল একাংশ চোৰাং কাঠ সৰবৰাহকাৰীয়ে । অভিযোগ অনুসৰি বন-বিভাগ আৰু আৰক্ষীয়ে উচ্ছেদ কৰে অবৈধ কাঠফলা মিল ।

কলগাছিয়াত আৰক্ষীয়ে উচ্ছেদ কৰিলে অবৈধ কাঠফলা মিল

By

Published : Apr 27, 2019, 10:57 PM IST

বৰপেটা, ২৭ এপ্ৰিলঃ বৰপেটাৰ তাপেশ্বৰা নৈ পাৰত বন-বিভাগ আৰু আৰক্ষীৰ অভিযানত জব্দ অবৈধ কাঠফলা মিলৰ লগতে বহু মূল্যবান কাঠ ।

কলগাছিয়াত আৰক্ষীয়ে উচ্ছেদ কৰিলে অবৈধ কাঠফলা মিল

উল্লেখযোগ্য যে, দীৰ্ঘদিন ধৰি বৰপেটাৰ বিভিন্ন অঞ্চলত চোৰাং কাঠৰ ৰমৰমীয়া বেহা চলি থকাৰ অভিযোগৰ ভিত্তিত আজি বৰপেটা জিলাৰ বন সংমণ্ডল বিভাগৰ তৰফৰ পৰা এক অভিযানত এটা কাঠফলা মিল উচ্ছেদ কৰে । অভিযানত বহুতো মূল্যবান কাঠ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ । অবৈধ চোৰাং কাঠৰ বিৰুদ্ধে বন বিভাগে আৰু কটকটীয়া অভিযান চলাব বুলি মন্তব্য কৰে সাংবাদিকৰ আগত ।

অধিক জানিবলৈ- চিৰাঙৰ বিজনীত IPL ৰ জুৱা ঘাটি উৎখাত

ABOUT THE AUTHOR

...view details