অসম

assam

By

Published : Aug 26, 2019, 1:32 PM IST

ETV Bharat / state

কুম্ভকৰ্ণ নিদ্ৰাত ৰাজ্যৰ বিয়াগোম স্বাস্থ্য বিভাগ

কুম্ভকৰ্ণ নিদ্ৰাত ৰাজ্যৰ বিয়াগোম স্বাস্থ্য বিভাগ ৷ বৰপেটা জিলাৰ বাঘবৰ আৰু চেঙা সমষ্টিত এতিয়া ঠেলা, ঘোঁৰা গাড়ীয়েই হৈছে ৰোগী কঢ়িওৱা এম্বুলেঞ্চ ৷ অঞ্চলটোত কেইবাখন চৰকাৰী চিকিৎসালয় থকাৰ পিছতো নাই পৰ্যাপ্ত চিকিৎসক, নাৰ্চ তথা এম্বুলেঞ্চ ৷ নিতৌ এই কৰুণ আৰু বিপদসংকুল যাত্ৰা কৰি আহিছে প্ৰসূতি মহিলা তথা ৰোগীয়ে ৷ স্থানীয় ৰাইজে অতি শীঘ্ৰেই এম্বুলেঞ্চৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় ৷

কুম্ভকৰ্ণ নিদ্ৰাত ৰাজ্যৰ বিয়াগোম স্বাস্থ্য বিভাগ

বৰপেটা, 26 আগষ্টঃ কুম্ভকৰ্ণ নিদ্ৰাত ৰাজ্যৰ বিয়াগোম স্বাস্থ্য বিভাগ ৷ বৰপেটা জিলাৰ বাঘবৰ আৰু চেঙা সমষ্টিত এতিয়া ঠেলা, ঘোঁৰা গাড়ীয়েই হৈছে ৰোগী কঢ়িওৱা এম্বুলেঞ্চ ৷ ঠেলা, ঘোঁৰা গাড়ীকেই এম্বুলেঞ্চ বনাই প্ৰসূতি মহিলাৰ যন্ত্ৰণাকাতৰ যাত্ৰা ৷ অঞ্চলটোত কেইবাখন চৰকাৰী চিকিৎসালয় থকাৰ পিছতো নাই পৰ্যাপ্ত চিকিৎসক, নাৰ্চ তথা এম্বুলেঞ্চ ৷ ডিজিটেল ইণ্ডিয়াই ঢুকি পোৱা নাই বৰপেটাৰ এই অঞ্চল ৷ নিতৌ এই কৰুণ আৰু বিপদসংকুল যাত্ৰা কৰি আহিছে প্ৰসূতি মহিলা তথা ৰোগীয়ে ৷ চৰকাৰ, প্ৰসাশনে বিষয়টোৰ ওপৰত একো গুৰুত্ব আৰোপ নকৰাক লৈ ৰাইজে ক্ষোভ উজাৰিছে ৷ স্থানীয় ৰাইজে অতি শীঘ্ৰেই এম্বুলেঞ্চৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় ৷

কুম্ভকৰ্ণ নিদ্ৰাত ৰাজ্যৰ বিয়াগোম স্বাস্থ্য বিভাগ

ABOUT THE AUTHOR

...view details