অসম

assam

ETV Bharat / state

সৰভোগৰ বাড্‌চ একাডেমীত উন্মোচন ‘বৰনগৰীয়া ভাষা আৰু অন্যান্য’

‘বৰনগৰীয়া ভাষা আৰু অন্যান্য’ নামৰ এখন গ্ৰন্থ উন্মোচন হয় দেওবাৰে সৰভোগৰ বাড্‌চ একাডেমীত ৷

By

Published : Sep 16, 2019, 12:29 PM IST

সৰভোগৰ বাড্‌চ একাডেমীত উন্মোচন ‘বৰনগৰীয়া ভাষা আৰু অন্যান্য’

সৰভোগ,16 চেপ্তেম্বৰঃ দেওবাৰে সৰভোগৰ বাড্‌চ একাডেমীত বিশিষ্ট শিক্ষক ৰমেশ চন্দ্ৰ ভট্টাচাৰ্যৰ ৰচিত আৰু সৰভোগ বা্ডচ একাডেমীৰ দ্বাৰা প্ৰকাশিত ‘বৰনগৰীয়া ভাষা আৰু অন্যান্য’ নামৰ এখন গ্ৰন্থ উন্মোচন হয় ৷ এই গ্ৰন্থখন উন্মোচন কৰে,অসম সাহিত্য সভাৰ গুৱাহাটী শাখাৰ সম্পাদক ডঃ সঞ্জীৱ কুমাৰ শৰ্মাই। এই সভাত তেখেতে কয় যে অসমীয়া ভাষাটো হৈছে বিভিন্ন ভাষাৰ উপভাষাৰ সমষ্টি ৷

সৰভোগৰ বাড্‌চ একাডেমীত উন্মোচন ‘বৰনগৰীয়া ভাষা আৰু অন্যান্য’

ভাষা এটা গঠন কৰিবলৈ হ'লে উপভাষাৰ অৰিহণা লাগিবই আৰু বৰনগৰীয়া ভাষাৰ যি বৈশিষ্ট তাক গ্ৰন্থাকাৰে প্ৰকাশ কৰিছে ৰমেশ চন্দ্ৰ ভট্টাচাৰ্যই। তেওঁৰ এই গৱেষণামূলক পুথিখনে অসমীয়া ভাষাক সমৃদ্ধশালী কৰিব। ইয়াৰ লগতে উপভাষাবোৰৰ গুৰুত্ব দিবলৈ আহ্বান জনায় লেখকে।

সৰভোগৰ বাড্‌চ একাডেমীত উন্মোচন ‘বৰনগৰীয়া ভাষা আৰু অন্যান্য’

ABOUT THE AUTHOR

...view details