অসম

assam

ETV Bharat / state

বিটিআৰৰ স্বাক্ষৰকাৰী বি চাওৰাইগৌৰাক লৈ প্ৰতিক্ৰিয়া গোবিন্দ বসুমতাৰীৰ - গোবিন্দ বসুমতাৰী

BTRৰ চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী বি চাওৰাইগৌৰাৰ BTR চুক্তিৰ আক্ষেপ প্ৰকাশ লৈ তাৎক্ষণিক প্ৰতিক্ৰিয়া ইউপিপিএল দলৰ প্ৰাৰ্থী গোবিন্দ বসুমতাৰীৰ ।

অঞ্জলী দৈমাৰীৰ বিপিএফত যোগদানে ইউপিপিএল দলক কোনো ক্ষতি নকৰে
বিটিআৰৰ স্বাক্ষৰকাৰী বি চাওৰাইগৌৰাক লৈ প্ৰতিক্ৰিয়া গোবিন্দ বসুমতাৰীৰ

By

Published : Aug 27, 2020, 2:45 AM IST

বাক্সা, 26 আগষ্ট : বুধবাৰে বাক্সা জিলাৰ 27নং নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ ইউপিপিএল দলৰ নিৰ্বাচন সভাত উপস্থিত থাকে গোবিন্দ বসুমতাৰী ৷ বসুমতাৰীয়ে বি চাওৰাইগৌৰাই BTR চুক্তিৰ আক্ষেপ প্ৰকাশ কৰাকলৈ ইউপিপিএল দলৰ নেতা গোবিন্দ বসুমতাৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ বি চাওৰাইগৌৰা এতিয়া হাগ্ৰাম মহিলাৰীৰ গোলাম তেওঁ যি ক'ব তাকেই কৰিব ।

বিটিআৰৰ স্বাক্ষৰকাৰী বি চাওৰাইগৌৰাক লৈ প্ৰতিক্ৰিয়া গোবিন্দ বসুমতাৰীৰ

চুক্তিখন স্বাক্ষৰ কৰা মানেই ভালদৰে বুজি পোৱা । তেওঁ বুজি স্বাক্ষৰ কৰিছিল নে নুবুজাকৈ স্বাক্ষৰ কৰিছিল এইয়া এক নুবুজা সাথৰ । BTR চুক্তিৰ জৰিয়তে বিটিচিত বসবাস কৰা বিভিন্ন ভাষা-ভাষী লোকসকলৰ সমস্যা সমাধান হ'ব ।

অঞ্জলী দৈমাৰীৰ বিপিএফত যোগদানে ইউপিপিএল দলক কোনো ক্ষতি নকৰে

লগতে নেতাগৰাকীয়ে হাগ্ৰামা মহিলাৰীয়ে চুক্তিখনক লৈ কৰা আক্ষেপ লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে 17বছৰীয়া ব্যৰ্থতা ঢাকিবলৈ BTR চুক্তিত একো নাই বুলি কৈছে । 2010 চনৰ পৰা অঞ্জলী দৈমাৰী বিপিএফৰ লগত ছাৰ দৰে লাগি আছিল । অঞ্জলী দৈমাৰীৰ বিপিএফত যোগদানে ইউপিপিএল দলক কোনো ক্ষতি নকৰে ।

লগতে পঢ়কঃৰাজ্যত নাটনি হ'ব পাৰে ৰন্ধন গেছৰ

ABOUT THE AUTHOR

...view details