অসম

assam

ETV Bharat / state

বাক্সাৰ ভোগপাৰাত নন্দোৎসৱ পালন - সুদীৰ্ঘ 117 বছৰ

বাক্সাৰ ভোগপাৰাত নন্দোৎসৱ পালন ৷ বাক্সাৰ মুছলপুৰৰ ভোগপাৰাত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে উলহ-মালহেৰে নন্দ উৎসৱ পালন কৰা হয় ৷ সুদীৰ্ঘ 117 বছৰ ধৰি ভোগপাৰাবসীয়ে কৃষ্ণ জন্মাষ্টমীৰ পিছদিনা নন্দ উৎসৱ পালন কৰি আহিছে ৷ লগতে বোকাভাওনা অনুষ্ঠিত কৰা হয় ৷

বাক্সাৰ ভোগপাৰাত নন্দ উৎসৱ পালন

By

Published : Aug 25, 2019, 11:51 AM IST

বাক্সা, 24 আগষ্টঃ মুছলপুৰৰ ভোগপাৰাত নন্দ উৎসৱ পালন ৷ বাক্সাৰ মুছলপুৰৰ ভোগপাৰাত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে উলহ-মালহেৰে নন্দ উৎসৱ পালন কৰা হয় ৷ সুদীৰ্ঘ 117 বছৰ ধৰি ভোগপাৰাবসীয়ে কৃষ্ণ জন্মাষ্টমীৰ পিছদিনা নন্দ উৎসৱ পালন কৰি আহিছে ৷ লগতে বোকাভাওনা অনুষ্ঠিত কৰি শ্ৰীকৃষ্ণৰ জন্মভূমি গকুল সদৃশ উৎসৱমূখৰ পৰিৱেশৰ সৃষ্টি কৰে ৷ ইয়াৰ উদ্যোক্তাসকলে ব্যক্ত কৰে যে, একতাৰ এনাজৰীডাল অধিক কটকটীয়া কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে নন্দ উৎসৱ পালন কৰি অহা হৈছে ৷ উল্লেখ্য যে এই উৎসৱ প্ৰত্যক্ষ কৰিবলৈ গাঁৱৰ বিভিন্ন ঠাইৰ কেবাশতাধিক লোকৰ সমাগম ঘটে ৷

বাক্সাৰ ভোগপাৰাত নন্দ উৎসৱ পালন

ABOUT THE AUTHOR

...view details