অসম

assam

ETV Bharat / state

প্ৰমীলা ৰাণী ব্ৰহ্মৰ সমৰ্থনত ২৮ টা দল সংগঠনৰ মুকলি সমৰ্থন-বিশ্বজিত দৈমাৰী

মঙলবাৰে বাক্সাত 28 টা দল-সংগঠনৰ নেতৃসকলৰ উপস্থিতিত বিশ্বজিত দৈমাৰীৰ সংবাদমেল ৷ এই সংবাদমেলত ৰাজ্যসভাৰ সাংসদ গৰাকীয়ে কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মক মুকলি সমৰ্থনৰ কথা ঘোষণা কৰে

By

Published : Apr 9, 2019, 11:53 PM IST

প্ৰমীলা ৰাণী ব্ৰহ্মক ২৮ টা দল সংগঠনৰ মুকলি সমৰ্থন

  • মঙলবাৰে সংবাদমেল সম্বোধন কৰি বিশ্বজিত দৈমাৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য
  • সপ্তদশ লোকসভা সংসদীয় সমষ্টিৰ বিপিএফ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মক ২৮ টা দল সংগঠনৰ মুকলি সমৰ্থন
  • ইউজি ব্ৰহ্মই এ আই ইউ ডিএফৰ সৈতে মিত্ৰতা কৰি নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ অভিযোগ বিশ্বজিত দৈমাৰীৰ
  • মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ জয় নিশ্চিত বুলি মন্তব্য বিশ্বজিত দৈমাৰীৰ
  • আমাক ষ্টাৰ কেম্পেইনাৰ নালাগে, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আসাম ষ্টাৰ কেম্পেইনাৰ-বিশ্বজিত দৈমাৰী
  • সদৌ বিটিএডি কোচ ৰাজবংশী সন্মিলনী,তামুলপুৰ জিলা সমিতি হিন্দী ভাষী বিকাশ পৰিষদ, বেংগলী ইউথ ফেডাৰেচন বিটিচি ৰিজন, সদৌ অসম মদাহী সন্মীলনী, গৰীয়া মৰিয়া দেশীয় যুৱ পৰিষদ,তামুলপুৰ জিলা সংখ্যালঘু পৰিষদ, নাথ যোগী ছাত্ৰ পৰিষদ, এবি ডব্লেউ ডব্লিউএফ, সদৌ অসম উৰিয়া ছাত্ৰ সন্থা,প্ৰাক্তন আলফা, প্ৰাক্তন বিটিএফ কোঁচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ মুকলি সমৰ্থন
    বিশ্বজিত দৈমাৰীৰ সংবাদমেল

ABOUT THE AUTHOR

...view details