বৰমা, ৫ মে’: বাক্সাৰ বৰমাৰ ৭ গৰাকী তীৰ্থযাত্ৰী ফণীৰ তাণ্ডৱৰ মাজত ওড়িশাত আবদ্ধ হৈ থকা ঘটনাই গভীৰ চিন্তাত পেলাইছে পৰিয়ালসমূহৰ মাজত ৷ চৰকাৰলৈ পৰিয়ালসমূহৰ কাতৰ-আহ্বান সুকলমে আনি দিয়ক একেখন গাঁৱৰে সাতগৰাকী বৃদ্ধ তীৰ্থযাত্ৰী ৷
পুৰীলৈ যোৱা 7 তীৰ্থযাত্ৰীৰ সৈতে যোগাযোগ ব্যাহত পৰিয়ালৰ - jagganath
বাক্সাৰ বৰমা আৰক্ষী থানাৰ অন্তৰ্গত খাৰুৱা জানগাঁৱৰ সাত গৰাকী বৃদ্ধাই ২৮ এপ্ৰিলত ট্ৰেইনযোগে ৰাওনা হৈছিল পুৰীৰ তীৰ্থ ভ্ৰমণলৈ ৷ কিন্তু উৰিষ্যাত ধুমুহাৰ তাণ্ডৱ চলোৱাৰ পাচৰে পৰাই পৰিয়ালৰ লগত সংযোগ বিচ্ছিন্ন হৈ আছে বৰমা খাৰুৱাজানৰ ৭ জন তীৰ্থযাত্ৰী ৷
জগন্নাথ পুৰীলৈ যোৱা 7 তীৰ্থযাত্ৰীৰ সৈতে যোগাযোগ ব্যাহত পৰিয়ালৰ
উল্লেখ্য যে বাক্সাৰ বৰমা আৰক্ষী থানাৰ অন্তৰ্গত খাৰুৱা জানগাঁৱৰ সাত গৰাকী বৃদ্ধাই ২৮ এপ্ৰিলত ট্ৰেইনযোগে ৰাওনা হৈছিল পুৰীৰ তীৰ্থ ভ্ৰমণলৈ ৷ কিন্তু উৰিষ্যাত ধুমুহাৰ তাণ্ডৱ চলোৱাৰ পাচৰে পৰাই পৰিয়ালৰ লগত সংযোগ বিচ্ছিন্ন হৈ আছে বৰমা খাৰুৱাজানৰ ৭ জন তীৰ্থযাত্ৰী ৷