বৰমা, ৯ নবেম্বৰ: বাক্সা জিলাৰ মুছলপুৰত শিক্ষা বিভাগৰ কাৰ্যালয়ত সোমবাৰে উপায়ুক্ত ৰঞ্জন শৰ্মাই ছাত্ৰ ছাত্ৰীৰ বাবে বিনামুলীয়া আধাৰ কাৰ্ড বনোৱা কাৰ্যালয় মুকলি কৰে ৷ উপায়ুক্ত ৰঞ্জন শৰ্মাই জিলাখনত ১২ টা আধাৰ কাৰ্ড বনোৱা মেচিন স্থাপন কৰাৰ কথা উল্লেখ কৰে ৷ তেওঁ চৰকাৰী বেচৰকাৰী বিদ্যালয়ত প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে প্ৰায় ডেৰ লাখৰো অধিক ছাত্ৰ ছাত্ৰী থকাৰ কথা জানিবলৈ দিয়ে ৷
মুছলপুৰত শিক্ষাৰ্থীৰ বাবে বিনামূলীয়া আধাৰ কাৰ্ড কেন্দ্ৰ মুকলি
বাক্সাত বৰ্তমান স্থাপন কৰা হৈছে ১২ টা আধাৰ কাৰ্ড বনোৱা মেচিন ৷
মুছলপুৰত শিক্ষাৰ্থীৰ বাবে বিনামূলীয়া আধাৰ কাৰ্ড বনোৱা কাৰ্যালয় মুকলি