অসম

assam

ETV Bharat / sports

বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপঃ ছেমিফাইনেলত লাভলীনা বৰগোঁহাই

ৰাছিয়াত অনুষ্ঠিত হোৱা AIBA বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত প্ৰৱেশ অসমৰ লাভলীনা বৰগোঁহাইৰ ৷ 69 কিলোগ্ৰাম শাখাত সফলতা খেলুৱৈগৰাকীৰ ৷

By

Published : Oct 10, 2019, 7:42 PM IST

AIBA Women's World C'ships: Lovlina Borgohai reaches semis

স্পৰ্টছ ডেস্ক, 10 অক্টোবৰঃ

  • বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত লাভলীনা বৰগোঁহাই
  • বৃহস্পতিবাৰে 69 কিলোগ্ৰাম শাখাত জয় লাভ লাভলীনা বৰগোঁহাইৰ
  • প’লেণ্ডৰ খেলুৱৈ কোৰোলিনা ক’স্জেৱস্কা (K.Koszewska)ৰ বিৰুদ্ধে জয় লাভ লাভলীনাৰ
  • 4-0 ব্যৱধানত বিজয়ী লাভলীনা
  • বিশ্ব বক্সিং চেম্পিয়নশ্বিপত নিশ্চিত হৈছে ভাৰতৰ চতুৰ্থটো পদক
  • লাভলীনাৰ লগতে মেৰী কম, মঞ্জু ৰাণী, যমুনা বড়োও প্ৰৱেশ কৰিছে ছেমিফাইনেলত

ABOUT THE AUTHOR

...view details