অসম

assam

By

Published : Aug 28, 2020, 2:01 PM IST

ETV Bharat / sports

ইটালী-ইউৰোপৰ লগতে বিশ্বজয়ৰ উচ্চাকাংক্ষা ক্ৰিষ্টিয়ানো ৰ'নাল্ডোৰ

2020-2021ত চিৰিজ-A চেম্পিয়নচৰ সৈতে ইটালী, ইউৰোপৰ লগতে বিশ্ব ফুটবলক জয় কৰিব বিচাৰে বুলি মন্তব্য কৰে ক্ৰিষ্টিয়ানো ৰ'নাল্ডোয়ে ৷

'Spirited & ambitious' Ronaldo wants to 'conquer Italy, Europe and the World'
ইটালী-ইউৰোপৰ লগতে বিশ্বজয়ৰ উচ্চাশাংকা ক্ৰিষ্টিয়ানো ৰ'নাল্ডৰ

স্পৰ্টছ ডেস্ক, 28 আগষ্ট : জুভেন্টাচ পৰ্তুগাল দলৰ ষ্টাইকাৰ ক্ৰিষ্টিয়ানো ৰ'নাল্ডোই শুকুৰবাৰে নিজৰ ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে 'দ্যা অল্ড লেডি' ৰ সৈতে নিজৰ উচ্চাকাংক্ষাৰ কথা সদৰি কৰে ৷ তেখেতে 2020-2021 ত চিৰিজ-A চেম্পিয়নচৰ সৈতে ইটালী, ইউৰোপৰ লগতে বিশ্ব ফুটবলক জয় কৰিব বিচাৰে বুলি মন্তব্য কৰে ৷

ইটালী-ইউৰোপৰ লগতে বিশ্বজয়ৰ উচ্চাশাংকা ক্ৰিষ্টিয়ানো ৰ'নাল্ডৰ

ৰ'নাল্ডোয়ে নিজৰ ইনষ্টাগ্ৰামত লিখিছে, "যেনেকৈ মই মোৰ তৃতীয় চিজনৰ বাবে বিয়ানকনেৰ'ৰ দৰে প্ৰস্তুত হৈ আছো, মোৰ ভাৱনা আৰু উচ্চাকাংক্ষা সদাই শীৰ্ষত আছে ৷ লক্ষ্য, বিজয়, প্ৰতিবন্ধকতা, সমৰ্পণ, প্ৰফেচনেলিজম সদায় একে আছে ৷ নিজৰ সৰ্বশক্তি আৰু নিজৰ সহযোগী তথা জুভেন্টাছ ষ্টাফৰ সহযোগত আগুৱাই যাম ৷ আমি ইটালী, ইউৰোপ আৰু বিশ্বক জয় কৰিবলৈ একেলগে সংকল্পবদ্ধ হৈছো " ৷

লগতে পঢ়ক : সুশান্তৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়াৰ শেহতীয়া খবৰ ...

ABOUT THE AUTHOR

...view details