নিউজ ডেস্ক, ২৪ মে': কাটাৰত অনুষ্ঠিত হ'ব লগা আগন্তুক ফুটবল বিশ্বকাপ, ২০২২ত সৰ্বমুঠ ৩২টা দলে অংশগ্ৰহণ কৰাৰ কথা ঘোষণা কৰে ফুটবল ফেডাৰেছনে। উল্লেখ্য যে,পূৰ্বে ৪৮ টা দলে বিশ্বকাপত অংশগ্ৰহণ কৰাৰ কথা আছিল যদিও এই সিদ্ধান্ত বাতিল কৰে ফিফাই।
৩২ দলে অংশ ল'ব ফিফা বিশ্বকাপত - ETV BHARAT
ফুটবল বিশ্বকাপ, ২০২২ত ৪৮ টা দলৰ পৰিৱৰ্তে ৩২টা দলেহে অংশগ্ৰহণ কৰাৰ কথা ঘোষণা কৰে ফুটবল ফেডাৰেছনে
৩২ দলে অংশ ল'ব ফিফা বিশ্বকাপত
ফিফাৰ এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি পূৰ্বে ৪৮টা দলৰ অংশগ্ৰহণৰ কথা বিবেচনা কৰা হৈছিল যদিও সকলো ধৰণৰ অধ্যয়নৰ পৰিপেক্ষিতত ৩২টা দলতে সীমিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।