স্পৰ্ট'ছ ডেস্ক, 13 ডিচেম্বৰ :ভাৰতীয় ক্ৰিকেট ব'ৰ্ড চমুকৈ (বিচিচিআই) যে ছৈয়দ মুস্তাক আলী টি-20 প্ৰতিযোগিতাঅনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ক'ভিড-19 ৰ পিচত প্ৰথমবাৰৰ 10 জানুৱাৰীৰ পৰা 31 জানুৱাৰীৰ ভিতৰত ভাৰতৰ 6 খন ৰাজ্যৰ মাজত খেলখন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতীয় ক্ৰিকেট ব'ৰ্ডে ৷
10 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব ছৈয়দ মুস্তাক আলী টি-20 খেল - ভাৰতীয় ক্ৰিকেট বৰ্ড
ছৈয়দ মুস্তাক আলী টি-20 খেল আৰম্ভ কৰাৰ প্ৰস্তুতি ৷ 10 জানুৱাৰীৰ পৰা 31 জানুৱাৰীৰ ভিতৰত অনুষ্ঠিত হ'ব খেলখন ৷
10 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব ছৈয়দ মুস্তাক আলী টি-20 খেল
খেলত অংশগ্ৰহণকাৰী দলবোৰে 2 জানুৱাৰীৰ ভিতৰত ক'ভিড পৰীক্ষণ কৰাই উপস্থিত হ'ব লাগিব ৷ ইতিমধ্যে, বি চি চি আইৰ সম্পাদক জয় শ্বাহে সকলো ৰাজ্যলৈ খেলত অংশগ্ৰহণ কৰাৰ বাবে আমন্ত্ৰণ জনাইছে ৷
লগতে পঢ়ক :ঘোষণা হ’ল বিটিচিৰ নতুন পৰিষদৰ শপত গ্ৰহণৰ দিন