নিউজ ডেস্ক, 1 এপ্ৰিল: শ্ৰীলংকা ক্ৰিকেটৰ টেষ্ট দলৰ অধিনায়ক ডিমুথ কৰুণাৰত্নেই সোমবাৰে সুৰাসক্ত অৱস্থাত গাড়ী চলোৱাৰ বাবে ৰাজহুৱা ক্ষমা প্ৰাৰ্থনা বিচাৰে ৷ এই দুৰ্ঘটনাত আহত হোৱা লোকজনৰ ওচৰত ক্ষমা বিচাৰাৰ লগতে লোকজনক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া বুলিও তেওঁ টুইটাৰৰ জৰিয়তে জনায় ৷
ৰাজহুৱা ক্ষমা প্ৰাৰ্থনা শ্ৰীলংকাৰ অধিনায়ক কৰুনাৰত্নেৰ
টুইটাৰযোগে ক্ষমা প্ৰাৰ্থনা জনালে শ্ৰীলংকা ক্ৰিকেটৰ টেষ্ট দলৰ অধিনায়ক ডিমুথ কৰুণাৰত্নেই ৷ সুৰাসক্ত অৱস্থাত গাড়ী চলোৱাৰ ফলত আহত হোৱা লোকজনৰ ওচৰত ক্ষমা বিচৰাৰ লগতে লোকজনক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া বুলিও তেওঁ টুইটাৰৰ জৰিয়তে জনায় ৷
DIMUTH KARUNARATNE
উল্লেখ্য যে, দেওবাৰে কলম্বোত সুৰাসক্ত অৱস্থাত গাড়ী চলাই এজন লোকক গুৰুতৰভআৱে আহত কৰাৰ পাছত আটকধীন হৈছিল অধিনায়ক গৰাকী ৷