অসম

assam

ETV Bharat / sports

9 এপ্ৰিলৰ পৰা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে আইপিএল 2021

9 এপ্ৰিলৰ পৰা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে আইপিএল 2021 ৷ আনহাতে, 30 মে'ত ফাইনেল আয়োজনৰ সম্ভাৱনা ৷

9 এপ্ৰিলৰ পৰা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে আইপিএল 2021
9 এপ্ৰিলৰ পৰা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে আইপিএল 2021

By

Published : Mar 6, 2021, 9:37 PM IST

স্পৰ্টছ ডেস্ক, 6 মাৰ্চ : আইপিএল, 2021 সংস্কৰণ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে 9 এপ্ৰিলৰ পৰা 30 মে' পৰ্যন্ত ৷ আনহাতে, 18 সংখ্যক আইপিএল সংস্কৰণৰ বাবে ষ্টেডিয়ামসমূহ বৰ্তমানেও চূড়ান্ত হোৱা নাই বুলি জানিব পৰা গৈছে ৷ এই সম্পৰ্কত অহা সপ্তাহত বৈঠক হোৱাৰ সম্ভাৱনা আছে ৷

এক নিউজ এজেন্সীৰ সৈতে বাৰ্তালাপ কৰি এজন গৱৰ্নিং কাউন্সিলৰ সদস্যই কয় যে, কাউন্সিলৰ বৈঠকত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব ৷

বিচিচিআইয়ে প্ৰায় চাৰিৰ পৰা পাঁচখন চহৰত লীগ মেচসমূহ আয়োজন কৰাৰ সম্ভাৱনা আছে ৷ এই সম্পৰ্কত বিচিচিআইৰ জ্যেষ্ঠ বিষয়াসকলে আলোচনা কৰা বুলি তথ্যত প্ৰকাশ ৷

লগতে পঢ়ক :ইংলেণ্ডক 3-1 ব্যৱধানত পৰাস্ত কৰি আইচিচি ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ শীৰ্ষত ভাৰত

ABOUT THE AUTHOR

...view details