অসম

assam

ETV Bharat / sports

যুৱৰাজৰ ভয় : আখটাৰে ত্ৰাসিত কৰে তেওঁক - অৱসৰ ঘোষণা

অৱসৰৰ পাছতে পাকিস্তানৰ প্ৰাক্তন বেগী বলাৰ ছোৱেইব আখটাৰৰ বলিঙলৈ ভয় কৰাৰ কথা প্ৰকাশ কৰিলে ভাৰতীয় ক্ৰিকেটৰ প্ৰাক্তন তাৰকা যুৱৰাজ সিঙে ৷

যুৱৰাজৰ ভয় : আখটাৰে ত্ৰাসিত কৰে তেওঁক

By

Published : Jun 11, 2019, 7:55 PM IST

নিউজ ডেস্ক, 11 জুন : আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰাৰ এদিন পাছতেই টুইটাৰৰ জৰিয়তে মনৰ কথা খুলি ক'লে ভাৰতীয় ক্ৰিকেটৰ প্ৰাক্তন তাৰকা যুৱৰাজ সিঙে ৷ টুইটাৰৰ জৰিয়তে যুৱৰাজে কয় যে, পাকিস্তানৰ প্ৰাক্তন বেগী বলাৰ ছোৱেইব আখটাৰে বলিং কৰিলে ভীতিগ্ৰস্ত হৈ পৰে তেওঁ ৷ উল্লেখ্য যে, যুৱৰাজে অৱসৰ ঘোষণা কৰাৰ পাছতেই আখটাৰে এক ভিডিঅ'ৰ জৰিয়তে একালৰ প্ৰতিদ্বন্দী গৰাকীক বিদায় সম্বোধন জনায় ৷

যুৱৰাজ সিং

উল্লেখ্যে যে, সোমবাৰে আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণাৰ পাছতে যুৱৰাজক বিদায় জনাই বিশ্ব ক্ৰিকেটৰ নামী - দামী ক্ৰিকেটাৰ সকলে ৷

ABOUT THE AUTHOR

...view details