অসম

assam

ETV Bharat / sitara

আজি মুক্তি পাব "দে দে প্যাৰ দে" চলচ্চিত্ৰৰ দ্বিতীয়টো সংগীত

টুইটাৰযোগে এই কথা ঘোষণা কৰে চলচ্চিত্ৰখনৰ মুখ্য অভিনেতা অজয় দেৱগনে ৷ ছবিখনত দেখা যাব অজয় দেৱগন আৰু ৰাকুল প্ৰীতৰ মাজৰ  অন্তৰংগ মূহুৰ্তৰ কিছু বিশেষ দৃশ্য ৷

আজি মুক্তি পাব "দে দে প্যাৰ দে" চলচ্চিত্ৰৰ দ্বিতীয়টো সংগীত

By

Published : Apr 22, 2019, 8:18 AM IST

Updated : Apr 22, 2019, 10:20 AM IST

নিউজ ডেক্স,২২ এপ্ৰিলঃ সোমবাৰে মুক্তি পাব অজয় দেৱগন অভিনীত ছবি "দে দে প্যাৰ দে"ৰ দ্বিতীয়টো সংগীত । "TU MILA TO HAINA KAL MIL RAHA HEIN" শীৰ্ষক এই সংগীতটোৰ পৰিচালনা কৰিছে আৰমান মালিকে,গীতটো লিখিছে কুনাল বাৰ্মাই আৰু গীতটিত কন্ঠদান কৰিছে জনপ্ৰিয় গায়ক অৰিজিৎ সিঙে ।

আজি মুক্তি পাব "দে দে প্যাৰ দে" চলচ্চিত্ৰৰ দ্বিতীয়টো সংগীত

অজয় দেৱগন আৰু ৰাকুল প্ৰীত সিঙে অভিনয় কৰা এই সংগীতটো সম্পূৰ্ণ ৰোমাঞ্চধৰ্মী । চলচ্চিত্ৰখনৰ প্ৰেমিক যুগলৰ চৰিত্ৰ ৰূপায়ণ কৰা অজয় দেৱগন আৰু ৰাকুল প্ৰীতৰ মাজৰ অন্তৰংগ মূহুৰ্তৰ কিছু দৃশ্য দেখুওৱা হৈছে গীতটোৰ যোগেৰে । উল্লেখ্য যে, অনুৰাগীৰ বহু প্ৰত্যাশিত এই ছবিখন মুক্তি পাব অহা মে' মাহৰ ১৭ তাৰিখে ।

Last Updated : Apr 22, 2019, 10:20 AM IST

ABOUT THE AUTHOR

...view details