অসম

assam

By

Published : Sep 6, 2019, 2:42 PM IST

ETV Bharat / sitara

তিনিচুকীয়াত বাধাৰ সন্মুখীন "কাঞ্চনজংঘা "

মুক্তিৰ দিনাই অসম বন্ধৰ বাবে তিনিচুকীয়াত বাধাৰ সন্মুখীন জুবিন গাৰ্গৰ কাঞ্চনজংঘা

তিনিচুকীয়াত বাধাৰ সন্মুখীন "কাঞ্চনজংঘা "

  • আজি মুক্তি লাভ কৰিলে জুবিন গাৰ্গৰ বহু প্ৰত্যাশিত ছবি কাঞ্চনজংঘা
  • কিন্তু আজি বজৰংগ দলে ঘোষণা কৰা অসম বন্ধৰ ফলত ঠায়ে ঠায়ে অসুবিধাৰ সৃষ্টি
  • তিনিচুকীয়া চহৰৰ গেলেৰীয়া আৰু ৰংঘৰত মুক্তি পোৱা কাঞ্চনজংঘাৰ সকলো দৰ্শনীৰ বুকিং সম্পূৰ্ণ
  • তাৰ পিছতো বন্ধ ৰখা হ'ল ছবিগৃহ দুটা
  • অৱশেষত ছবিখন চাবলৈ অহা ৰাইজ আৰু সাংবাদিকৰ তৎপৰতাত খুলিবলৈ বাধ্য হয় ছবিগৃহ
    তিনিচুকীয়াত বাধাৰ সন্মুখীন "কাঞ্চনজংঘা "

ABOUT THE AUTHOR

...view details