অসম

assam

বক্স অফিচত বিগ বি অভিনীত ছবি বদলাৰ সফলতা

এসপ্তাহৰ ভিতৰত ৩৪.৩৫ কোটি টকা অৰ্জন

By

Published : Mar 15, 2019, 10:06 AM IST

Published : Mar 15, 2019, 10:06 AM IST

বক্স অফিচত বিগ বি অভিনীত ছবি বদলাৰ সফলতা

নিউজ ডেক্স,১৫ মাৰ্চঃ অমিতাভ বচ্চন আৰু তাপসী পান্নু অভিনীত ছবি বদলাই বক্স অফিচত ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে । মুক্তিৰ এসপ্তাহৰ ভিতৰতে ছবিখনে অৰ্জন কৰিছে৩৪.৩৫ কোটি টকা । চিত্ৰ সমালোচক তৰণ আদৰ্শই টুইটযোগে প্ৰকাশ কৰে যে , বদলা চলচ্চিত্ৰখনে এক শক্তিশালী খোপনি পুতিবলৈ সক্ষম হৈছে ।

ছবিখনে শুকুৰবাৰে৫.০৪কোটি টকা ,শনিবাৰে৮.৫৫কোটি টকা ,দেওবাৰে ৯.৬১কোটি টকা ,সোমবাৰে ৩.৭৫কোটি,মংগলবাৰে ৩.৮৫ কোটি টকা ,বুধবাৰে ৩.৫৫কোটি টকা অৰ্থাৎ এটা সপ্তাহৰ ভিতৰত সৰ্বমুঠ ৩৪.৩৫ কোটি টকা অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷

ABOUT THE AUTHOR

...view details