অসম

assam

ETV Bharat / sitara

কম বয়সতে শক্তিশালী মহিলাৰ খিতাপ বলীউড ডিভা অনুষ্কালৈ

'ফৰচুন ইণ্ডিয়াৰ 2019'বৰ্ষৰ শীৰ্ষ-50 শক্তিশালী মহিলাৰ তালিকাত বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী অনুষ্কা শৰ্মা

অনুষ্কা শৰ্মা

By

Published : Sep 22, 2019, 4:27 PM IST

চিটাৰা ডেক্স,22 ছেপ্টেম্বৰঃ 'ফৰচুন ইণ্ডিয়াৰ 2019' বৰ্ষৰ শীৰ্ষ-50 শক্তিশালী মহিলাৰ তালিকাত স্থান পাইছে বলীউডৰ খুবেই জনপ্ৰিয় অভিনেত্ৰী অনুষ্কা শৰ্মাই ৷ 2008 চনত "ৰব নে বনা দি জোড়ী "ৰ জৰিয়তে বলীউড ক্ষেত্ৰত পদাৰ্পণ কৰা অনুষ্কাই শীৰ্ষ 50 গৰাকীৰ ভিতৰত 39 নম্বৰ স্থান লাভ কৰিছে ৷ উল্লেখ্য যে, এই তালিকাখনত অন্তৰ্ভুক্ত হোৱা সকলো মহিলাৰ ভিতৰতে অনুষ্কা আটাইতকৈ কম বয়সৰ ৷

ফৰচুন ইণ্ডিয়াৰ টুইট

ফৰচুন ইণ্ডিয়াই জনোৱা মতে,এই তালিকাখন মহিলাসকলৰ ব্যৱসায়িক কৌশল, সামাজিক আৰু সাংস্কৃতিক প্ৰভাৱৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে ৷

ABOUT THE AUTHOR

...view details