কৰিমগঞ্জ, 28 অক্টোবৰঃ কৰিমগঞ্জত সংঘটিত হৈছে এক ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা ৷ জিলাখনৰ নিলামবাজাৰ আৰক্ষী থানাৰ অন্তৰ্গত লামাবাহাদুৰপুৰ গাঁৱত পুৱাই উদ্ধাৰ হয় এগৰাকী লোকক ক্ষত বিক্ষত মৃতদেহ । উদ্ধাৰ হোৱা মৃতদেহটো কুবাদ উদ্দিন নামৰ এজন যুৱকৰ বুলি জানিব পৰা গৈছে ।
কৰিমগঞ্জত উদ্ধাৰ ক্ষত-বিক্ষত মৃতদেহ
কৰিমগঞ্জত সংঘটিত হৈছে এক ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা ৷ জিলাখনৰ নিলামবাজাৰ আৰক্ষী থানাৰ অন্তৰ্গত লামাবাহাদুৰপুৰ গাঁৱত পুৱাই উদ্ধাৰ হয় এগৰাকী লোকৰ ক্ষত বিক্ষত মৃতদেহ । উদ্ধাৰ হোৱা মৃতদেহটো কুবাদ উদ্দিন নামৰ এজন যুৱকৰ বুলি চিনাক্ত ।
কৰিমগঞ্জত উদ্ধাৰ ক্ষত-বিক্ষত মৃতদেহ
আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে আৰম্ভ কৰিছে ঘটনাৰ প্ৰাথমিক তদন্ত ৷ কিন্তু এইপৰ্যন্ত ঘটনাত জড়িত কোনো ব্যক্তিক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে ৷
লগতে পঢ়ক :অসম-মিজোৰাম সীমান্তত অব্যাহত মিজোৰ সন্ত্ৰাস