অসম

assam

ETV Bharat / international

ভূমধ্য সাগৰত 265 প্ৰবাসীক উদ্ধাৰ স্পেনিছ পতাকাযুক্ত জাহাজৰ - ভূমধ্য সাগৰ

খন স্পেনিছ পতাকাযুক্ত জাহাজে 265 প্ৰবাসীৰ সুৰক্ষাৰ বাবে এখন বন্দৰ বিচাৰে ৷ প্ৰবাসীসকলক জাহাজ খনৰ চালকৰ দলে বিগত কিছুদিন পূৰ্বে ভূমধ্য সাগৰত উদ্ধাৰ কৰিছিল ৷

ভূমধ্য সাগৰত 265 প্ৰবাসীক উদ্ধাৰ স্পেনিছ পতাকাযুক্ত জাহাজৰ
ভূমধ্য সাগৰত 265 প্ৰবাসীক উদ্ধাৰ স্পেনিছ পতাকাযুক্ত জাহাজৰ

By

Published : Jan 4, 2021, 7:50 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 4 জানুৱাৰী:দেওবাৰে এখন স্পেনিছ পতাকাযুক্ত জাহাজে 265 প্ৰবাসীৰ সুৰক্ষাৰ বাবে এখন বন্দৰ বিচাৰে ৷ প্ৰবাসীসকলক জাহাজ খনৰ চালকৰ দলে বিগত কিছুদিন পূৰ্বে ভূমধ্য সাগৰত উদ্ধাৰ কৰিছিল ৷

ভূমধ্য সাগৰত 265 প্ৰবাসীক উদ্ধাৰ স্পেনিছ পতাকাযুক্ত জাহাজৰ

The Open Arms charity য়ে শ্বেয়াৰ কৰা টুইটত উল্লেখ কৰা হৈছে যে,শনিবাৰে চালকসকলে 96 প্ৰৱাসীক সুৰক্ষিতভাৱে আনে ৷ যিসকলে কোনো জীৱন ৰক্ষা পোছাক নিপিন্ধাকৈয়ে কাঠেৰে নিৰ্মিত নাৱত যাত্ৰা কৰিছিল ৷

ইয়াৰোপৰি টুইটত উল্লেখ কৰা হৈছে যে,যাত্ৰী সকলৰ ভিতৰৰ অধিকাংশই এৰিট্ৰেয়াৰ আছিল ৷ য'ত দুগৰাকী মহিলাৰ সৈতে 17 গৰাকী নাবালক আছিল ৷ আটাইয়ে হাইপ'থাৰ্মিয়াত ভুগিছিল ৷

আনহাতে বৃহস্পতিবাৰে চলোৱা আন এক অভিযানত তেওঁলোকে 169 গৰাকী প্ৰৱাসীক উদ্ধাৰ কৰে ৷ যিসকল লিবিয়াৰ তীৰলৈ গুছি গৈছিল,য'ত বহু মানৱ সৰবৰাহকাৰী আছে ৷

লগতে পঢ়ক:ট‘কিঅ অলম্পিকলৈ মাজত মাত্ৰ 200 দিন

ABOUT THE AUTHOR

...view details