ইণ্টাৰনেশ্যনেল ডেস্ক, 1 ডিচেম্বৰ:মঙলবাৰে 6.4 ৰিখটাৰ স্কেল প্ৰাবল্য়ৰ ভূমিকম্পই ৰাছিয়াৰ ছ'ভেটস্কায়া গাভান জোকাৰি যায় । United States Geological Survey য়ে প্ৰকাশ কৰা অনুসৰি, 22:54:34 UTC ত ভূমিকম্পৰ জোকাৰণি অনুভৱ কৰা হৈছে ।
6.4 ৰিখটাৰ স্কেল প্ৰাবল্য়ৰ ভূমিকম্পই জোকাৰি গ'ল ৰাছিয়াৰ ছ'ভেটস্কায়া গাভান - ভূমিকম্প
মঙলবাৰে পুৱা প্ৰায় 4:24 বজাত 6.4 ৰিখটাৰ স্কেল প্ৰাবল্য়ৰ ভূমিকম্পই জোকাৰি যায় ৰাছিয়াৰ ছ'ভেটস্কায়া গাভান । United States Geological Survey য়ে উল্লেখ কৰা মতে,ছ'ভেটস্কায়া গাভানৰ পৰা 88 কিলোমিটাৰ দক্ষিণ-পূব অঞ্চলৰ 22:54:34 UTC ত ভূমিকম্পৰ জোকাৰণি অনুভৱ কৰা হৈছে ।
4.4 magnitude earthquake hits near Russia's Sovetskaya Gavan
"6.4 ৰিখটাৰ স্কেল প্ৰাবল্য়ৰ ভূমিকম্পই ৰাছিয়াৰ ছ'ভেটস্কায়া গাভানৰ পৰা 88 কিলোমিটাৰ দক্ষিণ-পূব অঞ্চলৰ 22:54:34 UTC ত পুৱা প্ৰায় 4:24 বজাত জোকাৰি যায়" বুলি উল্লেখ কৰে United States Geological Survey য়ে ।
লগতে পঢ়ক:ঘূৰ্ণীবতাহঃদক্ষিণ কেৰালাত সতৰ্কতা জাৰি ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ