ইন্টাৰনেশ্যনেল ডেস্ক, 21 মে: বাংলাদেশৰ উপকূলীয় জিলাসমূহত ঘূৰ্ণী বতাহৰ প্ৰভাৱত 12 জন লোকৰ মৃত্যু হৈছে বুলি জানিবলৈ দিয়ে বাংলাদেশে ৷ দেশখনৰ বতৰ বিজ্ঞানীয়ে জানিবলৈ দিয়া অনুসৰি, উত্তৰ-উত্তৰ পূৱ দিশত ঘূৰ্ণী বতাহ বলাৰ পাচত লাহে লাহে ইয়াৰ প্ৰভাৱ হ্ৰাস পোৱা পৰিলক্ষিত হ'ব ৷
বাংলাদেশত আম্ফানৰ প্ৰভাৱ : 12 জনৰ মৃত্যু - বাংলাদেশত ঘূৰ্ণী বতাহৰ প্ৰভাৱত 12 জন লোকৰ মৃত্যু
বাংলাদেশত ঘূৰ্ণী বতাহৰ প্ৰভাৱত 12 জন লোকৰ মৃত্যু ৷ পাটুৱাখালি, সাতখিৰা, পিৰোজপুৰ, ভোলা, বাৰগুনা আদিকে ধৰি 7 খন জিলা আম্ফানৰ দ্বাৰা ক্ষতিগ্ৰস্ত ৷
বাংলাদেশত আম্ফানৰ প্ৰভাৱ
পাটুৱাখালি, সাতখিৰা, পিৰোজপুৰ, ভোলা, বাৰগুনা আদিকে ধৰি 7 খন জিলা আম্ফানাৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে ৷