অসম

assam

ভাৰতৰ ভিন্ন ৰাজ্যত COVID-19ৰ শেহতীয়া পৰিস্থিতি

ভাৰতবৰ্ষৰ ভিন্ন ৰাজ্যত COVID-19ৰ সাম্প্ৰতিক স্থিতি সম্পৰ্কে জানিবলৈ চাওক এই প্ৰতিবেদন...

By

Published : Jul 1, 2020, 3:34 PM IST

Published : Jul 1, 2020, 3:34 PM IST

COVID-19 INDIA TRACKER
COVID-19 INDIA TRACKER

নেশ্যনেল ডেস্ক, 1 জুলাইঃ ভাৰতত 1 জুলাইলৈ 585493 গৰাকীলৈ বৃদ্ধি পালে COVID-19ত আক্ৰান্ত লোকৰ সংখ্যা ৷ ইয়াৰ সমান্তৰালকৈ মৃতকৰ সংখ্যাও 17400 গৰাকীলৈ বৃদ্ধি পালে দেশত ৷ উল্লেখ্য যে, বৰ্তমানে দেশত 220114 গৰাকী সক্ৰিয় আক্ৰান্ত লোক থকাৰ বিপৰীতে 347978 গৰাকী লোক আৰোগ্য হৈ উঠিছে এই মহামাৰীৰ কবলৰ পৰা ৷ দেশৰ ভিতৰতে সৰ্বাধিক আক্ৰান্তৰ সংখ্যা পোৱা গৈছে মহাৰাষ্ট্ৰত ৷ মহাৰাষ্ট্ৰত 1 জুলাইলৈ 174761 গৰাকী লোক আক্ৰান্ত হৈছে COVID-19ত ৷ ইয়াৰ বিপৰীতে আক্ৰান্তৰ ক্ষেত্ৰত দ্বিতীয় আৰু তৃতীয়তে আছে ক্ৰমে তামিলনাডু আৰু দিল্লী ৷ তামিলনাডুত 90167 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে, দিল্লীত আক্ৰান্ত হৈছে 87360 গৰাকী লোক ৷

ভাৰতৰ ভিন্ন ৰাজ্যত COVID-19ৰ শেহতীয়া পৰিস্থিতি

ABOUT THE AUTHOR

...view details