নিউজ ডেস্ক, 16 আগষ্ট :দেশত প্ৰতিদিনে বৃদ্ধি পাই আহিছে ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা ৷ প্ৰতিদিনে হাজাৰ হাজাৰ লোক নতুনকৈ এই ভাইৰাছত আক্ৰান্ত হৈছে ৷
শেহতীয়াকৈ সমগ্ৰ বিশ্বজুৰি কৰ'ণা ভাইৰাছত 2,16,17,761 তকৈ অধিক লোক আক্ৰান্ত হৈছে ৷ একেদৰে বিশ্বজুৰি মৃত্যু হোৱা লোকৰ সংখ্যা 7,69,004 গৰাকী ৷ ইয়াৰ সমান্তৰালকৈ সমগ্ৰ বিশ্বজুৰি বৰ্তমানলৈ 1,43,33,897গৰাকী লোক এই ভাইৰাছবিধৰ পৰা মুক্ত হৈছে ৷
একেদৰে আমেৰিকাত সৰ্বমুঠ আক্ৰান্ত লোকৰ সংখ্যা55,29,789 গৰাকী আৰু মৃত্যু হোৱা লোকৰ সংখ্যা1,72,606 গৰাকী ৷ ইফালে, ব্ৰাজিলত আক্ৰান্ত লোকৰ সংখ্যা 33,17,832 গৰাকী আৰু মৃত্যু হোৱা লোকৰ সংখ্যা 1,07,297 গৰাকী ৷ বিশ্বৰ দেশ সমূহৰ COVID-19 ৰ শেহতীয়া খবৰ জানিবলৈ চাওক এই প্ৰতিবেদন...
COVID-19 : বিশ্বৰ সামগ্ৰিক তথ্য ! লগতে পঢ়ক : স্বাধীনতা দিৱসত ইন্দোৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি 26 কাৰাবন্দী