অসম

assam

ETV Bharat / international

ৰাষ্ট্ৰপতি নিৰ্বাচনক কেন্দ্ৰ কৰি বিশ্ববাসীৰ দৃষ্টি নিবদ্ধ আমেৰিকাৰ ওপৰত - ৰাষ্ট্ৰপতি নিৰ্বাচন

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনক কেন্দ্ৰ কৰি অব্যাহত আছে বিতৰ্ক ৷ আমেৰিকাৰ দুয়োটা দলে নিজৰ সমৰ্থিত প্ৰাৰ্থীক বিজয়ী কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷ ইয়াৰ মাজতে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে দেশখনত কৰ'ণা ভাইৰাছৰ ফলত 225,000 ৰো অধিক লোকৰ মৃত্যু হোৱাৰ লগতে 8.5 নিযুতৰো অধিক লোক অসুস্থ হৈ পৰাৰ তথ্য সদৰি কৰিছে ৷

American Presedenatl Election, Who Was Won
ৰাষ্ট্ৰপতি নিৰ্বাচনক কেন্দ্ৰ কৰি বিশ্ববাসীৰ দৃষ্টি নিবদ্ধ আমেৰিকাৰ ওপৰত

By

Published : Oct 28, 2020, 4:21 PM IST

নিউজ ডেস্ক, 28 অক্টোবৰ :আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনক কেন্দ্ৰ কৰি অব্যাহত আছে বিতৰ্ক ৷ আমেৰিকাৰ দুয়োটা দলে নিজৰ সমৰ্থিত প্ৰাৰ্থীক বিজয়ী কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷ ইয়াৰ মাজতে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে দেশখনত কৰ'ণা ভাইৰাছৰ ফলত225,000 ৰো অধিক লোকৰ মৃত্যু হোৱাৰ লগতে 8.5 নিযুতৰো অধিক লোক অসুস্থহৈ পৰাৰ তথ্য সদৰি কৰিছে ৷

ইয়াৰ উপৰিও, ডোনাল্ড ট্ৰাম্পৰ মুখ্য কৰ্মচাৰীয়ে প্ৰকাশ কৰিছে যে, 2020 চনৰ নিৰ্বাচনৰ বাবে এসপ্তাহ ৰ'ব লাগিব কিয়নো আমি এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নাই । যিহেতু বৰ্তমানলৈ ভেকচিন বজাৰত মুকলি হোৱা নাই ৷

আনহাতে,7 ফেব্ৰুৱাৰীত ৰাতিপুৱা 9 বজাত ট্ৰাম্পে জনাই যে,ক'ৰণা ভাইৰাছবিধ যথেষ্ট ক্ষতিকাৰক লগতে এই ভাইৰাছবিধ বায়ুৰ মাজেৰে স্পৰ্শ কৰিব নোৱাৰে ৷ এই ভাইৰাছবিধক স্পৰ্শ কৰিব নালাগে বায়ু আৰু বতাহৰ মাজেৰে প্ৰবাহিত হয় ৷

গতিকে,ক'ভিড ত্ৰাসৰ মাজতে ৰাষ্ট্ৰপতি নিৰ্বাচন প্ৰক্ৰিয়াই কি ভূমিকা পালন কৰিব সেই বিষয়ৰ ওপৰত বিশ্ববাসীৰ দৃষ্টি নিবদ্ধ হ'ব ৷

লগতে পঢ়ক :টেট উত্তীৰ্ণ ডিএলএড প্ৰশিক্ষাৰ্থীৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details