অসম

assam

By

Published : Oct 30, 2020, 4:03 PM IST

ETV Bharat / international

অষ্ট্ৰেলিয়াৰ জলবায়ু প্ৰভাৱৰ ওপৰত Disaster Arrangementsৰ 578 পৃষ্ঠাযোৰা প্ৰতিবেদন প্ৰকাশ

শুকুৰবাৰে অষ্ট্ৰেলিয়াৰ এক তদন্তত দেশখনৰ নিৰ্দিষ্ট অংশত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ ৰখাৰ বাবে অধিক প্ৰচেষ্টাৰ পৰামৰ্শ দিয়া হৈছে ৷ The Royal Commission into National Natural Disaster Arrangements য়ে প্ৰকাশ কৰিছে 578 পৃষ্ঠাৰ প্ৰতিবেদন ৷

Australia wildfires probe proposes climate risk forecasts
অষ্ট্ৰেলিয়াৰ জলবায়ু প্ৰভাৱৰ ওপৰত Disaster Arrangements ৰ 578 পৃষ্ঠাযোৰা প্ৰতিবেদন প্ৰকাশ

নিউজ ডেস্ক, 30 অক্টোবৰ : শুকুৰবাৰে অষ্ট্ৰেলিয়াৰ এক তদন্তত দেশখনৰ নিৰ্দিষ্ট অংশত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ ৰখাৰ বাবে অধিক প্ৰচেষ্টাৰ পৰামৰ্শ দিয়া হৈছে ৷

The Royal Commission into National Natural Disaster Arrangements ব্যৱস্থাৰ আৰম্ভণি হৈছিল যেতিয়া বন জুইয়ে উত্তৰ-পূৰ্বৰ প্ৰচুৰ অংশক দুৰ্বল কৰি ৰাখিছিল যাক বৰ্তমানে ব্লেক গ্ৰীষ্ম বুলি জনা যায় ।

এই বনজুইত অতিকমেও 33 জন লোক নিহত হৈছিল তাৰোপৰি 3,000 ৰো অধিক বন ধ্বংস হোৱাৰ লগতে 19 মিলিয়ন হেক্টৰ লোকক স্থানান্তৰ কৰা হয় ৷ ৰয়েল কমিচনে আকৌ কৈছিল যে, অষ্ট্ৰেলিয়াৰ বেছিভাগ ঠাইতে সন্নিবিষ্ট হোৱা ধোঁৱাই শ শ লোকৰ মৃত্যুত অৰিহনা যোগাইছিল ৷

কমিছনে 578 পৃষ্ঠাৰ প্ৰতিবেদন, 387 পৃষ্ঠাৰ এপেণ্ডেৰ, 80 টা পৰামৰ্শ প্ৰদান কৰি জলবায়ু আৰু দুৰ্যোগৰ বিপদৰ ওপৰত অষ্ট্ৰেলিয়াত সামগ্ৰিক তথ্য প্ৰকাশকৰিছিল ৷

ইফালে, অষ্ট্ৰেলিয়ান চৰকাৰী সংস্থা কথমৱেল থ্ৰিয়ট বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা সংস্থাৰ উদ্ধতি দি প্ৰতিবেদনখনত কোৱা হৈছিল যে, বতৰৰ পূৰ্বানুমান আৰু জলবায়ু প্ৰক্ষেপন ক্ষমতা উন্নত কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ ৷ লগতে,নিউ চাউথ ৱেলছৰ পূৰ্বৰ ফায়াৰ এণ্ড ৰেচকা কমিছনাৰ গ্ৰেগ মুলিনে প্ৰতিবেদনৰ সকলো পৰামৰ্শ শীঘ্ৰে চৰকাৰক ফলপ্ৰসু কৰিবলৈ দাবী জনায় ৷

লগতে পঢ়ক :যাত্ৰীৰূপী গাড়ী চুৰি চক্ৰৰ পৰা কথমপি প্ৰাণ ৰক্ষা গাড়ীচালকৰ

ABOUT THE AUTHOR

...view details