অসম

assam

ETV Bharat / elections

নিৰ্বাচনক লৈ তৎপৰ ৰাজ্যৰ প্ৰশাসন - লোকসভা নিৰ্বাচন

১১ এপ্ৰিল তাৰিখে প্ৰথম পৰ্যায়ৰ ৫টা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনত ৪১জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব । যাৰ বাবে ইতিমধ্যে ৫টা সমষ্টিতে ৯,৫৭৪ টা পুলিং ষ্টেচন সাজু কৰা হৈছে ।

নিৰ্বাচনক লৈ তৎপৰ ৰাজ্যৰ প্ৰশাসন

By

Published : Apr 9, 2019, 10:03 PM IST

গুৱাহাটী,9এপ্ৰিলঃ লোকসভা নিৰ্বাচনলৈ মাজত মাথোঁ এটা দিন । নিৰ্বাচনৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে ৰাজ্যৰ প্ৰশাসন ৷ নিৰ্বাচনৰ পূৰ্বে আৰক্ষী তথা প্ৰশাসন সষ্টম হৈ থকাৰ সময়তে ৰাজ্যত সংঘটিত হৈছে বিভিন্ন কূটাঘাট মূলক ঘটনা । ৰাজ্যৰ বিভিন্ন জিলাত সৰ্বমুঠ নগদ ধন উদ্ধাৰ হৈছে - ৯,৩২,২৫,১০১ টকা ৷ সুৰা জব্দ হৈছে ১,৪২,৯৭৫.১৭ লিটাৰ, যাৰ বজাৰ মূল্য প্ৰায় - ১,৩১,০৮,৫৩৯ টকা ৷ ইপিনে মুঠ গোচৰ ৰুজু হৈছে ৬০০ টা ৷

নিৰ্বাচনক লৈ তৎপৰ ৰাজ্যৰ প্ৰশাসন

ABOUT THE AUTHOR

...view details