অসম

assam

ETV Bharat / elections

ডুমডুমাত ভোটকেন্দ্ৰত দীঘলীয়া শাৰী

ডুমডুমাত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ, ভোটকেন্দ্ৰত উপস্থিত অগণন জনতা

By

Published : Apr 11, 2019, 8:11 AM IST

লখিমপুৰৰ ডুমডুমাত ভোটকেন্দ্ৰত দীঘলীয়া শাৰী

ডুমডুমা, 11 এপ্ৰিল : ৰাজ্যত আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ ইতিমধ্যেই পুৱাৰে পৰা অসমৰ 5 টাকৈ সমষ্টিত আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ এই ভোট গ্ৰহণ প্ৰক্ৰিয়াত নিজৰ ভোটধিকাৰ সাব্যস্ত কৰিবলৈ সমষ্টিকেইটাৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত উপস্থিত হৈছে জনসাধাৰণ ৷ অন্য সমষ্টিৰ দৰে 14নং লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ডুমডুমা বিধানসভা সমষ্টিৰ ভোটকেন্দ্ৰসমূহতো পুৱাৰে পৰা দেখা গৈছে ভোটাৰৰ দীঘলীয়া শাৰী ।

লখিমপুৰৰ ডুমডুমাত ভোটকেন্দ্ৰত দীঘলীয়া শাৰী

ABOUT THE AUTHOR

...view details