অসম

assam

ETV Bharat / elections

ভোটগ্ৰহণৰ বাবে সাজু বিলাসীপাৰাৰ প্ৰশাসন

তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সাজু বিলাসীপাৰা মহকুমা প্ৰশাসন, নিৰ্বাচনী বিভাগ তথা প্ৰিজাইডিং আৰু প'লিং বিষয়াসকল

By

Published : Apr 22, 2019, 12:23 PM IST

ভোটগ্ৰহণৰ বাবে সাজু বিলাসীপাৰা

বিলাসীপাৰা,২২ এপ্ৰিলঃ মঙলবাৰে অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। বিলাসীপাৰা মহকুমাৰ দুটাকৈ বিলাসীপাৰা পূব আৰু পশ্চিম বিধানসভা সমষ্টিৰ ভোটগ্ৰহণ পৰিচালিত হ'ব বিলাসীপাৰা মহকুমাধিপতি কাৰ্যালয়ৰ পৰা।

ভোটগ্ৰহণৰ বাবে সাজু বিলাসীপাৰা

সোমবাৰে বিলাসীপাৰা মহকুমাধিপতিৰ কাৰ্যালয়ত পুৱাই আহি উপস্থিত হয় নিৰ্বাচনৰ দায়িত্বত থকা সকলো বিষয়া কৰ্মচাৰী । লগতে ভোটগ্ৰহণৰ বাবে নিজ নিজ ভোটগ্ৰহণ কেন্দ্ৰলৈ যাবলৈ সাজু হৈ উঠিছে প্ৰিজাইডিং আৰু প'লিং বিষয়াসকল।

ABOUT THE AUTHOR

...view details