অসম

assam

ETV Bharat / elections

বৰমা ভোটগ্ৰহণ কেন্দ্ৰত বিশেষভাৱে সক্ষম লোকৰ বাবে সু-ব্যৱস্থা

বৰমা সমষ্টিৰ এটা ভোটগ্ৰহণ প্ৰক্ৰিয়াত ব্যতিক্ৰমী পৰিৱেশ

বিশেষভাৱে সক্ষম লোকৰ বাবে সু-ব্যৱস্থা

By

Published : Apr 23, 2019, 12:54 PM IST

বৰমা,২৩ এপ্ৰিলঃ পুৱা ৭ বজাৰ পৰা ৰাজ্যৰ চাৰিটা সমষ্টিত আৰম্ভ হ'ল তৃতীয় পৰ্যায়ৰ নিৰ্বাচন। বৰমা সমষ্টিৰ এটা ভোটগ্ৰহণ প্ৰক্ৰিয়াত দেখা গ'ল এক ব্যতিক্ৰমী পৰিৱেশ। বৰমা সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰটোত বিশেষভাৱে সক্ষম লোকসকলৰ বাবে ভোটদান সাব্যস্ত কৰিবলৈ আশা কৰ্মীসকলে বিভিন্নধৰণৰ সা-সুবিধাৰ ব্যৱস্থা কৰিলে। যাৰ দ্বাৰা বয়োজেষ্ঠ লোকৰ পৰা আৰম্ভ কৰি বিশেষভাৱে সক্ষম লোকসকলে এই ভোটগ্ৰহণ প্ৰক্ৰিয়াত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিলে।

বিশেষভাৱে সক্ষম লোকৰ বাবে সু-ব্যৱস্থা

For All Latest Updates

ABOUT THE AUTHOR

...view details