আমগুৰি,৬ মাৰ্চ: আমগুৰি সমষ্টিৰ গৌৰীসাগৰত প্ৰদীপ হাজৰিকা গ' বেক ধ্বনি বিজেপি কৰ্মীৰ । বন্ধুত্ব সুলভ হ’লেও সমষ্টিত টিকটৰ দাবী বিজেপি কৰ্মীৰ অন্যথা আমগুৰিত শূন্য হ'ব বিজেপিৰ ভেটি । ২১ ৰ নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা চূড়ান্ত হোৱাৰ সময়তে ১০৩ নং আমগুৰি বিধানসভা সমষ্টিৰ বিজেপি কৰ্মীসকল ক্ষোভিত হৈ পৰিছে ।
আমগুৰিত শূন্য হোৱাৰ দিশে বিজেপিৰ ভেটি - তৃণৰ্মূলৰ বিজেপি কৰ্মী
আমগুৰি সমষ্টিত বিজেপিৰ প্ৰাৰ্থীক টিকট নিদিয়াৰ বাবে ক্ষোভিত তৃণমূল কৰ্মী ৷ প্ৰদীপ হাজৰিকা গ’ বেক ধ্বনি বিজেপি কৰ্মীৰ ৷
amuguri constituency
মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাৰ টিকট প্ৰায় নিশ্চিত হোৱাৰ সময়তে গৌৰীসাগৰত প্ৰদীপ হাজৰিকা গ' বেক ধ্বনিৰে বিজেপি কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে । বিগত সময়ছোৱাত বিধায়কে চৰকাৰী আঁচনিসমূহ দলীয়কৰণ কৰাৰ অভিযোগ বিজেপি কৰ্মীৰ । ৰাজ্যিক নেতৃত্বই মানিলেও আমগুৰিত মিত্ৰতা নামানে তৃণমূল বিজেপি কৰ্মীয়ে । অন্যথা আমগুৰিত শূন্য হ'ব বিজেপিৰ ভেটি-এই দাবী বিজেপি কৰ্মীসকলৰ ।
লগতে পঢ়কঃদ্বীপায়ন চক্ৰৱৰ্তীৰ বাসগৃহত আনন্দৰ বন্যা
Last Updated : Mar 6, 2021, 8:13 PM IST