মৰিগাঁও, 3 ফেব্ৰুৱাৰী : চাৰি বছৰৰ পিচতো সম্পূৰ্ণ নহ'ল 2017-2018 বিত্তীয় বৰ্ষৰ ৰূপায়িত জলসিঞ্চন আঁচনিৰ কাম ৷ 4,98,000 টকাৰে নলা নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল; কিন্তু নিম্নমানৰ কাম কৰিয়ে দায়িত্ব সামৰে তদানীন্তন পঞ্চায়ত সভানেত্ৰীয়ে ৷ এই অভিযোগ ৰাইজৰ ৷
মৰিগাঁৱত জলসিঞ্চন আঁচনিৰ কামত দুৰ্নীতিৰ অভিযোগ - নলা নিৰ্মাণ
মৰিগাঁৱত জলসিঞ্চন আঁচনিৰ কামত দুৰ্নীতি ৷ নিম্নমানৰ কাম কৰাৰ অভিযোগ পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে ৷
মৰিগাঁৱত জলসিঞ্চন আঁচনিৰ কামত দুৰ্নীতিৰ অভিযোগ
ইফালে, নলা নিৰ্মাণৰ কাম সম্পূৰ্ণ নোহোৱাৰ বাবে শলমাৰী গাঁও পঞ্চায়তৰ হাঁহচৰা পথাৰৰ কৃষক সকলে খেতি কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন হৈছে ৷
লগতে পঢ়ক :মাজুলীত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পাঠদান