অসম

assam

ETV Bharat / city

স্বাধীনতা দিৱস উপলক্ষে মুখ্যমন্ত্ৰীৰ আৰক্ষী মেডেল ঘোষণা

ৰাজ্যৰ 29 গৰাকী আৰক্ষীৰ লগতে 6 গৰাকী অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়ালৈ মুখ্যমন্ত্ৰীৰ আৰক্ষী মেডেল ঘোষণা ৷

By

Published : Aug 14, 2020, 3:24 PM IST

Chief Minister Police Medal announced for 74th Independence day
Chief Minister Police Medal announced for 74th Independence day

তিনিচুকীয়া, 14 আগষ্ট :ভাৰতৰ 74 সংখ্যক স্বাধীনতা দিৱসৰ উপলক্ষে ৰাজ্যৰ 29 গৰাকীআৰক্ষীৰ লগতে6 গৰাকী অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়ালৈ মুখ্যমন্ত্ৰীৰ আৰক্ষী মেডেল ঘোষণা ৷ অসম আৰক্ষীক প্ৰতিনিধিত্ব কৰি তিনিচুকীয়া জিলাত কাৰ্যনিৰ্বাহক কৰি থকা দুগৰাকীকৈ আৰক্ষী বিষয়াই লাভ কৰিছে মুখ্যমন্ত্ৰীৰ আৰক্ষী মেডেল ।

মুখ্যমন্ত্ৰীৰ আৰক্ষী মেডেল ঘোষণা

তিনিচুকীয়া জিলাত APS আৰক্ষী বিষয়া হিচাপে জনসাধাৰণলৈ আগবঢ়োৱা অনন্য সেৱাৰ বাবে এই সন্মান লাভ কৰিছে তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰিপুঞ্জয় কাকতি আৰু উপ-আৰক্ষী অধীক্ষক বিতুল চেতিয়াই

লগতে চাওক-এখন ভৰিৰে নৃত্য় চৰ্চা অব্যাহত গহপুৰৰ ৰাণীৰ

ABOUT THE AUTHOR

...view details