প্ৰদেশ কংগ্ৰেছৰ টাৰ্গেটত Kangana Ranaut : এইবাৰ বিৰোধী দলপতিৰ এজাহাৰ
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ফালৰ পৰা বৄহস্পতিবাৰে দিছপুৰ থানাত বলিউডৰ এইগৰাকী অভিনেত্ৰীৰ বিৰুদ্ধে দাখিল কৰা হৈছিল এজাহাৰ ৷ ইয়াৰ পিছতে শুকুৰবাৰে পুণৰ কংগনা ৰানাৱটৰ বিৰুদ্ধে দিছপুৰ থানাত আন এখন এজাহাৰ দাখিল কৰে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ।
Farmers Protest:সংক্ষিপ্ত বিৱৰণ
কৃষি আইন বাতিলৰ ঘোষণা কৰাৰ পাছত বছৰজোৰা কৃষকৰ প্ৰতিবাদ অৱশেষত সমাপ্ত হয় । কিন্তু এই প্ৰতিবাদ কিমান ভয়ংকৰ আছিল ? এই প্ৰতিবাদে বিভিন্ন ক্ষেত্ৰত কি ধৰণে প্ৰভাৱ পেলাইছে ?
Congress Allegation : ‘‘আহি থকা নিৰ্বাচনৰ ভয়ত কেন্দ্ৰই বাতিল কৰিলে কৃষি আইন’’ !
কৃষি আইন বাতিলৰ ঘোষণাৰ পাচতে সমগ্ৰ দেশতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বহুতে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰাৰ বিপৰীতে কংগ্ৰেছে তীব্ৰ সমালোচনা কৰিছে বিজেপি নেতৃত্বাধীন চৰকাৰক ।
Farm laws repeal : সংসদত কৃষি আইন বাতিল নোহোৱা পৰ্যন্ত অব্যাহত থাকিব প্ৰতিবাদ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰিলে যদিও কৃষি আইন বিৰোধী প্ৰতিবাদ (Protest) স্থগিত নহয় । সংসদত কৃষি আইন (Farm laws) বাতিল নোহোৱা পৰ্যন্ত অপেক্ষা কৰিব কৃষকে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (PM Narendra Modi) য়ে তিনিওখন কৃষি আইন বাতিল কৰাৰ বিষয়ে ঘোষণা কৰাৰ পাচতে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা ৰাকেশ টিকাইটে (Rakesh Tikait)।
প্ৰধানমন্ত্ৰীৰ কৃষি আইন বাতিলৰ ঘোষণা ৰাষ্ট্ৰনায়কে গ্ৰহণ কৰাৰ দৰে পদক্ষেপ : Amit Shah
শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Prime Minister Narendra Modi)য়ে তিনিখন কৃষি আইন বাতিলৰ ঘোষণা কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে(Amit Shah) । প্ৰধানমন্ত্ৰী মোডীয়ে এই পদক্ষেপ গ্ৰহণ কৰাৰ বাবে অমিত শ্বাহে তেওঁৰ প্ৰশংসা কৰে । তেওঁ কয় যে, এয়া ৰাষ্ট্ৰনায়কে গ্ৰহণ কৰাৰ দৰে পদক্ষেপ ।