- ডি-ভোটাৰৰ নামত ভাৰতীয় নাগৰিকক হাৰাশাস্তিৰ বিৰুদ্ধে শিলচৰত প্ৰতিবাদ
- শিলচৰৰ কেইবাটাও সংগঠন লগ হৈ সাব্যস্ত কৰে এই প্ৰতিবাদ
- শিলচৰৰ ডি ভোটাৰ কেম্পৰ পৰা ৰাজপথেৰে পৰিক্ৰমা কৰি নৰসিং তলা ফিল্ডত জমায়ত প্ৰতিবাদ সংগঠনসমূহৰ
- কোনো বিচাৰ নকৰাকৈয়ে ডিটেনশ্যন কেম্পত লোকসকলক প্ৰেৰণ কৰাৰ অভিযোগ
- লগতে, ডি ভোটাৰৰ নাম এটা ভাষিক সংখ্যালঘু সম্প্ৰদায়ৰ লোকক টাৰ্গেট বনোৱাৰো অভিযোগ প্ৰতিবাদকাৰীৰ
ডি-ভোটাৰৰ নিৰ্বাচন ন্যায়সংগত নোহোৱাত শিলচৰত প্ৰতিবাদ - ডি-ভোটাৰ
ডি-ভোটাৰৰ নামত বঙালী ভাষী লোকসকলক কৰা হাৰাশাস্তিৰ বিৰুদ্ধে শিলচৰৰ কেইবাটাও সংগঠন সোমবাৰে উলিয়ালে প্ৰতিবাদী সমদল ৷
ETV BHARAT