অসম

assam

By

Published : Aug 28, 2019, 4:26 PM IST

ETV Bharat / city

শিলচৰৰ পথৰ দাঁতিত উদ্ধাৰ সদ্যজাত শিশু

বুধবাৰে পুৱা শিলচৰৰ  মিঠাপানি নামৰ এলেকাত কাৰ্টনত ভৰোৱা অৱস্হাত পথৰ কাষত এটি কেঁচুৱাটো উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে

শিলচৰৰ পথৰ দাঁতিত উদ্ধাৰ সদ্যজাত শিশু

শিলচৰ,28আগষ্টঃশিলচৰৰ পথৰ দাঁতিত পুৱা উদ্ধাৰ এটি সদ্যজাত শিশু ৷ পথৰ দাঁতিত এটি দেৱশিশু উদ্ধাৰ হোৱাৰ ঘটনা পোহৰলৈ অহাৰ পিছতেই চাঞ্চল্যৰ সৃষ্টি হৈছে শিলচৰত ৷ বুধবাৰে পুৱা শিলচৰৰ মিঠাপানি নামৰ এলেকাতকাৰ্টনত ভৰোৱা অৱস্হাত পথৰ কাষত এটি কেঁচুৱাটো উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ বুধবাৰে পুৱা পথৰ কাষত এটি কাৰ্টন প্ৰত্যক্ষ কৰে স্হানীয় লোকে ৷

কোনে শিশুটিক এনেদৰে কাৰ্টনত ভৰাই পথৰ কাষত ৰাখিলে তাকে লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৰাইজৰ মাজত৷

ABOUT THE AUTHOR

...view details