অসম

assam

ETV Bharat / city

কলিয়াবৰত মহিলাৰ মৃতদেহ উদ্ধাৰ

কলিয়াভোমোৰা দলঙৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ পানীৰ যুৱলীত উদ্ধাৰ মৃতদেহটো ৷ দুষ্কৃতিকাৰীয়ে হত‍্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ

By

Published : Jun 23, 2019, 4:37 PM IST

কলিয়াবৰত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ

  • কলিয়াবৰত উদ্ধাৰ এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ
  • চুলুঙত পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো
  • কলিয়াভোমোৰা দলঙৰ ওচৰৰ ব্ৰহ্মপুত্ৰৰ পানী যুৱলীত উদ্ধাৰ হৈছে মৃতদেহটো
    কলিয়াবৰত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ
  • স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত
  • ২৫ ৰ পৰা ৩০ বছৰৰ ভিতৰৰ মহিলা গৰাকীক কোনো দুষ্কৃতিকাৰীয়ে হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ
  • মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পিচতহে পোহৰলৈ আহিব মহিলা গৰাকীৰ মৃত্যুৰ ৰহস্য

ABOUT THE AUTHOR

...view details