নগাঁও,১২মাৰ্চ: নগাঁৱৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত ৰাঙলু গড়েহাগী আৰু জুমুৰমুৰ সংযোগী পথটোৱে জ্বলা-কলা খুৱাইছে অঞ্চলটোৰ কেইবাখনো গাঁৱৰ ৰাইজক । বিগত ৩০ বছৰে বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তই অঞ্চলটোৰ ৰাইজৰ বাবে কোনো উন্নয়নমূলক কাম নকৰাৰ অভিযোগ তুলি প্ৰফুল্ল কুমাৰ মহন্ত মুৰ্দাবাদ ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰে অঞ্চলটোৰ ৰাইজে ।
পথ নিৰ্মাণৰ দাবীত বঢ়মপুৰত ৰাইজৰ প্ৰতিবাদ - PROTEST
প্ৰফুল্ল মহন্তৰ বিৰুদ্ধে মুৰ্দাবাদ ধ্বনি
পথ নিৰ্মানৰ দাবীত বঢ়মপুৰত ৰাইজৰ প্ৰতিবাদ
প্ৰতিবাদ সাব্যস্ত কৰি প্ৰতিটো ৰাজনৈতিক দলেই কেৱল নিৰ্বাচনৰ সময়ত হে ৰাইজলৈ মনত পেলাই, কিন্তু নিৰ্বাচন যোৱাৰ পাচত কোনো নেতাই খবৰ নলয় বুলিওঅঞ্চলবাসীয়েঅভিযোগ তোলে ।